Local, Vocal, Global

WATCH | Pradyut Bordoloi : জাগীৰোডৰ পশ্চিম নগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ

জাগীৰোড,৫মে’ : গৌৰৱ গগৈক লৈ ফ’বিয়া হৈছে মুখ্যমন্ত্ৰীৰ ৷ ৰাতি শুলেও গৌৰৱ গগৈকে সপোনত দেখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

২০২৬ চনৰ এপ্ৰিল মাহত গাদি হেৰুওৱাৰ দুঃস্বপ্নই খেদি ফুৰিছে বাবেই বেবেৰিবাং কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে(Pradyut Bordoloi)৷

জাগীৰোডৰ পশ্চিম নগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৰাকীয়ে কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী সকলক ভোট দি জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক : WATCH | Nalbari News : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন