Local, Vocal, Global

WATCH | Pradhan Mantri Awas Yojana : চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নে জিঅ’ টেগিং?

নিউড ডেস্ক,৩মে’ : চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নে জিঅ’ টেগিং?

জিঅ’টেগিং কৰিবলৈ বাকী ৰৈ যোৱা লোকসকলৰ বাবে আহি গ’ল সুবিধা

যদি কৰা নাই তেন্তে শীঘ্রই কৰক জিঅ’ টেগিং

সময়সীমা বৃদ্ধি কৰা হ’ল(Pradhan Mantri Awas Yojana)

১০ মে’ৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজেই কৰিব পাৰিব জিঅ’টেগিং

বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

১০ মে’ৰ পৰা ১৫ দিনৰ বাবে ৰাইজৰ বাবে মুকলি সেৱা

জিঅ’ টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ’ টেগিং

জিঅ’ টেগিঙৰ বাবত দিব নালাগে এটকাও

লগতে পঢ়ক : WATCH | Ration Card : ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ