Local, Vocal, Global

WATCH | Pradhan Mantri Awas Yojana : লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ

নিউজ ডেস্ক,১২এপ্ৰিল : লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ ।

হাতত মাত্ৰ ৩টা দিন(Pradhan Mantri Awas Yojana)।

লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ ।

আপুনি কৰিলে নে জিঅ টেগিং?

কেঁচাঘৰ ফটো আপলোড কৰাৰ শেষ সময়সীমা ১৫ এপ্ৰিল।

ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰস্তুত কৰা হৈছে হিতাধিকাৰাৰ তালিকা।

কেঁচা ঘৰৰ ফটো আপলোড কৰি লাভ কৰিব পকীঘৰ ।

১৫ এপ্ৰিলৰ ভিতৰত আপলোড কৰিব লাগিব কেঁচাঘৰ।

পকীঘৰ বনাবলৈ চৰকাৰে দিব ১ লাখ ৩০ হাজাৰ টকা।

ফটো প্ৰেৰণ কৰিব নোৱাৰিলে ফোন কৰক বিশেষ নম্বৰ।

1800-212-2366 নম্বৰত দিয়ক অভিযোগ।

কেঁচা ঘৰৰ ফটো তুলি কৰক জিঅ’ টেগিং।

জীৱিকা সখী বাইদেউৱে ৰাজ্যজুৰি কৰি আছে জিঅ’ টেগিং।

৩ দিনৰ ভিতৰত লাভ কৰিব পাৰে আপুনিও পকী ঘৰ।

যদি জীৱিকা সখী আপোনাৰ ঘৰলৈ জিঅ’ টেগিং কৰিবলৈ অহা নাই তেন্তে আপুনি ঘৰতে বহি কৰিব পাৰিব জিঅ’ টেগিং।

পৰ্টেলত গৈ পূৰ কৰিব লাগিব সম্পূর্ণ নথি-পত্র।

পৰ্টেল অন কৰাৰ পূর্বে সাজু কৰক মাত্ৰ ৪বিধ নথি।

এখন ৰঙীন ফটো, বর্তমান আপুনি থকা কেঁচাঘৰৰ এখন ফটো।

আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্রিয় ফোন নম্বৰ ।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : ‘ঐ হাপা, অই তই মোৰ পিছপিনে কিয় পেনপেনে ঘূৰি ফুৰা এ?’