WATCH | Pradhan Mantri Awas Yojana : চৰকাৰী পকী ঘৰৰ বাবে আপুনি জিঅ’ টেগিং কৰিলে নে?
নিউজ ডেস্ক,৭এপ্ৰিল : চৰকাৰী পকী ঘৰৰ বাবে আপুনি জিঅ’ টেগিং কৰিলে নে?
চৰকাৰী পকী ঘৰৰ বাবে আপুনি জিঅ’ টেগিং কৰিলে নে?
বৃদ্ধি কৰা হ’ল জিঅ’ টেগিঙৰ সময়সীমা(Pradhan Mantri Awas Yojana)
১৫ এপ্রিললৈকে বৃদ্ধি কৰা হ’ল সময়সীমা
মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা
জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ’ টেগিং
যদি জীৱিকা সখীয়ে জিঅ’টেগিং নকৰে, তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ’ টেগিং কৰিব পাৰিব
কিদৰে কৰিব জিঅ’ টেগিং?
এখন ৰঙীন ফটো, বর্তমান আপুনি থকা কেঁচাঘৰৰ এখন ফটো
আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ
এই কেইবিধ নথি হ’লেই আপুনি কৰিব পাৰিব জিঅ টেগিং
সাজু কৰক মাত্ৰ ৪বিধ নথি
জিঅ’ টেগিং কৰিবলৈ কোনো মানুহক ১টকাও দিয়াৰ প্ৰয়োজন নাই
লগতে পঢ়ক : WATCH | Akhil Gogoi : ‘আজিৰ দিনত বিজেপি চৰকাৰৰ বাবে মানুহ মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে’