Local, Vocal, Global

WATCH | Pradhan Mantri Awas Yojana : চৰকাৰী ঘৰৰ তালিকাত নাম নথকা ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সু-খবৰ

নিউজ ডেস্ক,২০মাৰ্চ : চৰকাৰী ঘৰৰ তালিকাত নাম নথকা ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সু-খবৰ।

চৰকাৰী ঘৰৰ তালিকাত নাম নথকা ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সু-খবৰ।

চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ(Pradhan Mantri Awas Yojana)।

ঘৰে ঘৰে গৈ জিঅ’ টেগিঙৰ ব্যৱস্থা কৰিব চৰকাৰে।

নিজৰ ঘৰৰ ফটো তুলি নিজে চৰকাৰক দিব পাৰিব বঞ্চিত দুখীয়া পৰিয়ালে।

ৰাজ্যৰ গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউ।

ঘৰ নথকা দুখীয়া লোকৰ ঘৰলৈ গৈ ফটো উঠাব জীৱিকা সখীয়ে।

গাঁও সভাত গাঁওৰ ৰাইজে সিদ্ধান্ত ল’ব প্রকৃত হিতাধিকাৰী কোন?

ইয়াৰ পাছত ব্লক পর্যায়, আৰু জিলা পৰ্যায়তো পৰীক্ষা কৰা হ’ব দুখীয়া পৰিয়ালক।

নিজৰ জৰাজীৰ্ণ ঘৰৰ ফটো তুলিও চৰকাৰক দিব পাৰিব বঞ্চিত দুখীয়া পৰিয়ালে।

PMAY ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বিশেষ পোর্টেলত দিব পাৰিব ঘৰৰ ফটো।

লগতে পঢ়ক : WATCH | Gaurav Gogoi : মুছলমানৰ পক্ষত থিয় দিলে সাংসদ গৌৰৱ গগৈ