Local, Vocal, Global

Prabin Boro :কংগ্ৰেছ এৰি পুনৰ BPFলৈ প্ৰবীণ বড়ো!

নিউজ ডেস্ক,১৬ডিচেম্বৰ : কংগ্ৰেছ এৰি পুনৰ BPFলৈ প্ৰবীণ বড়ো!ৰাজনৈতিক নিৰাপত্তা বিচাৰি BPFলৈ প্ৰত্যাৱৰ্তন কৰিব প্ৰবীণ বড়োৱে!

দেওবাৰে সন্ধিয়া বৰপেটাৰোডত হাগ্ৰামা মহিলাৰীক সাক্ষাৎ প্ৰবীণ বড়োৰ। শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰি BPFত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা(Prabin Boro)।

পূৰ্বে BPFৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল প্ৰবীণ বড়ো। বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ BTCৰ আহ্বায়ক নেতাগৰাকী।

লগতে পঢ়ক :Kanak Gogoi resigned form AASU :আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কনক গগৈৰ আছু ত্যাগ