Local, Vocal, Global

Watch | Popular singer Montumoni Shaikia got married: বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া

গুৱাহাটী: বিবাহপাশত আবদ্ধ হ’ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। বুধবাৰে গুৱাহাটীৰ তেতেলীয়াৰ সোমনাথ মন্দিৰত সম্পন্ন হয় মণ্টুমণিৰ বিবাহৰ অনুষ্ঠান।দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই।ৰঙিয়াৰ ৰিচা কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল মণ্টুমণি। মণ্টুমণিৰ পত্নী ৰিচা কলিতা এগৰাকী অভিনেত্ৰীৰ লগতে মেকআপ আৰ্টিষ্ট।