Local, Vocal, Global

WATCH | Poor conditions of roads : কলিয়াবৰৰ চিকণি গাঁৱৰ এটি পথৰ দুৰৱস্থা

কলিয়াবৰ,১৭জুন : কলিয়াবৰৰ চিকণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটি পথৰ দুৰৱস্থা। ।

এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে কলিয়াবৰৰ চিকণিৰ ৰাইজক(Poor conditions of roads)।

এজাক বৰষুণৰ পাছতে পথছোৱা বোকাময় হৈ পৰাত যমৰ-যাতনা ভূগিবলগীয়া হয় পথচাৰী।

লগতে পঢ়ক : WATCH | Tragic incident : যোৰহাট গৰখীয়া দল গাঁওত নাবালকক অত্যাচাৰ