Local, Vocal, Global

WATCH | Poor conditions of Roads : পথ বন্ধ কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডুমডুমা,২৪মে’ : পথ বন্ধ কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ।

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল একাংশ কণ-কণ ছাত্ৰ-ছাত্ৰী,অভিভাৱক তথা পথচাৰী ।

তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰীৰ পৰা বৰহোলুঙলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা(Poor conditions of Roads)।

অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰী এই জৰাজীৰ্ণ পথেৰেই প্ৰত্যেক দিনাই বিদ্যালয়লৈ আহে।

ফিল’বাৰী চাহ বাগিচাৰ মাজভাগত আজি এইদৰে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে পথচোৱা মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ ।

শীঘ্ৰেই এই পথৰ মেৰামতি কৰাৰ দাবী এইসকল প্ৰতিবাদকাৰীৰ ।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs : ধিঙত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী