Local, Vocal, Global

Watch | Police raid against gamblers in Dobka: ডবকাৰ পুৰনা বজাৰত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গুৱাহাটী: আৰক্ষীৰ অভিযানত আটক পাচঁটাকৈ জুৱাৰী। ধৃত জুৱাৰী কেইটা হল ক্ৰমে সুনিল ৰায়, অৰুন ৰায় ,সনাতন দেৱনাথ, ইব্ৰাহিম আলী আৰু আব্দুল হান্নান।জুৱাৰী কেইটাৰ কৱলৰ পৰা নগদ 12 হাজাৰ টকা, 5 টাকৈ মোবাইল ফোন আৰু জুৱা খেলৰ সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰে। এক গোপন তথ্যৰ ভিত্তিত হোজাই ডিএছপি ভাস্বতী চৌধুৰী নেতৃত্বত চলিছিল এই অভিযান । আনহাতে আৰক্ষীৰ অভিযানৰ সময়ত বহু কেইটা জুৱাৰী কাষতে থকা যমুনা নৈত জপিয়াই পলায় যায় ।