Watch | Police operation against drugs in Hatisingimari: হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
হাটশিঙিমাৰী: আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে এজনক আটক। নিশা খাৰুৱাবান্ধা আৰক্ষীয়ে বক্ত জামান চাৰিআলিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে এজনক আটক কৰে।
আৰক্ষীৰ অভিযানত ২৫ টা কন্টেইনাত ৩৫ গ্ৰাম হিৰ’ ইন , এটা মোবাইল ফোনৰ লগত এটা বাইক জব্দ কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী জন মেঘালয়ৰ শিলকাটা গাওঁৰ শফিকুল ইছলাম বুলি জানিব পৰা গৈছে।