Police firing Kaliabor: কলিয়াবৰত নিশা গৰুচোৰলৈ আৰক্ষীৰ গুলি
কলিয়াবৰত গৰুচোৰলৈ নিশা আৰক্ষীৰ গুলি (Police firing)। নিশা গৰুচোৰৰ AS01FR5730 নম্বৰৰ গাড়ীখন কলিয়াবৰ আৰক্ষীয়ে পিছে পিছে খেদি যাঁওতে আৰক্ষীৰ গাড়ী খূন্দিয়াই পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে দুই ৰাউণ্ড গুলি নিক্ষেপ কৰি গাড়ীখনৰ লগতে ৪ তাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় (Cattle Smuggling)।
নিশাৰ ঘটনাত কলিয়াবৰ আৰক্ষী নিৱেশৰ ASI জয়ন্ত বৰা আৰু লেন্স নায়ক পবিত্ৰ ভূঞা আঘাটপ্ৰাপ্ত হয়। আৰক্ষীয়ে চামগুৰিৰ মমতাজ আলিক আটক কৰে।