Local, Vocal, Global

লাহৰীঘাটত আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্ক, ১৩ মাৰ্চ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে এনকাউণ্টাৰৰ ঘটনা। লাহৰীঘাটত আৰক্ষীৰ এনকাউণ্টাৰ । এজন কুখ্যাত বাইক চোৰক বাইক চুৰি কৰাৰ অভিযোগত আৰক্ষীৰ গুলীত গুলীবিদ্ধ। ধৃত চোৰ টোৰ নাম ত্ৰৈলোক্য বৰদলৈ বুলি জনায় আৰক্ষীয়ে।

লাহৰীঘাট আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত কুশতুলিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চোৰটোক। নিশা প্ৰায় ২ মাজত গ্ৰেপ্তাৰ কৰা হয় ধৃত চোৰ ত্ৰৈলোক্য বৰদলৈক।

গ্ৰেপ্তাৰ কৰাৰ পিছত থানালৈ অনা সময়ত পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে আৰু এই গুলীত গুলীবিদ্ধ হয় ত্ৰৈলোক্য বৰদলৈ। ঘটনা সন্দৰ্ভত অধিক মন্তব্য আগবঢ়াই মৰিগাঁও আৰক্ষী অধীক্ষকে