Local, Vocal, Global

Police Encounter : ATM চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

নিউজ ডেস্ক,২৯আগষ্ট : আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ ATM চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী(Police Encounter)।

বৰপেটাত সংঘটিত হৈছে এই ঘটনাটো ।বৰপেটাত ATM চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় মগৰেফ আলী নামৰ চোৰটো। সোঁভৰিত গুলীবিদ্ধ চোৰটো।

জানিব পৰা মতে, বৰপেটা কলনিৰ ATM চুৰিৰে জড়িত আছিল মগৰেফ। ঘটনাত আহত আৰক্ষী কনিষ্টবল নোমল গোহাঁই(Police Encounter)।

লগতে পঢ়ক : Tiger Carries Away Staff of Orang National Park : ওৰাং ৰাষ্ট্রীয় উদ্যানত ভয়ংকৰ ঘটনা;বাঘৰ আক্ৰমণত মৃত্যু গৃহৰক্ষী জোৱানৰ