WATCH | PMAY scheme : যোৰহাটত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আৱণ্টন পত্ৰ বিতৰণ হিতেন্দ্ৰ নাথ গোস্বামীৰ

যোৰহাট,১৯মাৰ্চ,১৯মাৰ্চ : যোৰহাটত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আৱণ্টন পত্ৰ বিতৰণ হিতেন্দ্ৰ নাথ গোস্বামীৰ । ৭,৩০০ হিতাধিকাৰীক প্ৰদান কৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আৱণ্টন পত্ৰ বিতৰণ ।
আজি যোৰহাট সমষ্টিত ও হিতাধিকাৰী প্ৰধান মন্ত্ৰীৰ আৱাস গৃহৰ আবণ্টন পত্ৰ শুভাৰম্ভণি কৰাত যোৰহাট সমষ্টিত হিতেন্দ্ৰ নাথ গোস্বামীয়ে চিপাহী খোলা ৰংগ মঞ্চত পঞ্চায়ত কেইটাৰ অধীনৰ মুঠ ৭৩০০ হিতাধিকাৰীক আজি আবণ্টন পত্ৰ বিতৰণ কৰে(PMAY scheme)।
আজিৰ কাৰ্যসূচীত হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে কোনো দালালৰ প্ৰৰোচনাত নপৰি নিজাববীয়াকৈ বনাবলৈ আহ্বান জনায়। আজিৰ কাৰ্যসূচীতো খণ্ড উন্নয়ন বিষয়া গৰাকীৰ নেতৃত্বত পৰিচালনা কৰা লগতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত মগেন নৰহ, উপৰিও কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ।
উল্লেখ যে অসমৰ মুখ্যমন্ত্ৰী য়ে ভাচুৱেলী দহ গৰাকী হিতাধিকাৰী দিয়াৰ পাছতে অসমৰ জিলা সমূহত আবণ্টন পত্ৰ বিতৰণ আৰম্ভ হয়।
লগতে পঢ়ক : WATCH | Jamugurihat News : বালিপৰাত বিহু শিল্পী সংস্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন