Local, Vocal, Global

PM Narendra Modi Interacts With Women Forest Guards At Kaziranga : কাজিৰঙাত মহিলা বনৰক্ষীৰ দল ‘বন দুৰ্গা’ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

নিউজ ডেস্ক, ৯ মাৰ্চ : কাজিৰঙাত মহিলা বনৰক্ষীৰ দল ‘বন দুৰ্গা’ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ ।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে মহিলা বনৰক্ষীসকলে প্ৰদৰ্শন কৰা নিষ্ঠা আৰু সাহসক প্ৰশংসা কৰি প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ বাবে তেওঁলোকৰ প্ৰেৰণাদায়ক প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিশা কটোৱাৰ পাছত শনিবাৰে পুৱা জীপ আৰু হাতী ছাফাৰী কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে(PM Narendra Modi Interacts With Women Forest Guards At Kaziranga)।

পৃথিৱীৰাজ নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হাতী চাফাৰীৰ পিছত জীপ চাফাৰীও কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।পুৱা প্ৰায় ৫.৪৫ বজাত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Narendra Modi Interacts With Women Forest Guards At Kaziranga)।

লগতে পঢক : Prime Minister Narendra Modi unveils statue of Lachit Barphukan in Jorhat : যোৰহাটৰ হোলোঙাপাৰত প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিলে বীৰ লাচিতৰ প্ৰতিমূৰ্তি