WATCH | PM Narendra Modi: “ডাবল ইঞ্জিন চৰকাৰে ডাবল গতিত আগবাঢ়িছে অসমত”
নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : “ডাবল ইঞ্জিন চৰকাৰে ডাবল গতিত আগবাঢ়িছে অসমত”
“অসম উন্নয়নৰ পথত বহুদূৰ আগুৱাই গৈছে “
“২০৩০ ৰ আগত অসমৰ অৰ্থনৈতিক দিশ বহু ওপৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী(PM Narendra Modi)