Local, Vocal, Global

PM Modi takes elephant safari in Assam’s Kaziranga National Park :পুৱাই কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,৯ মাৰ্চ : পুৱাই কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

পৃথিৱীৰাজ নামৰ হাতীৰ পিঠিত উঠি কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হাতী চাফাৰীৰ পিছত জীপ চাফাৰীও কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।পুৱা প্ৰায় ৫.৪৫ বজাত প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Modi Embarks On Kaziranga Safari, Enamored By Its Wild Beauty) ৷

উল্লেখ্য যে, কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষীৰ অতিথিশালাতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নিশাটো কটায় ৷ ইতিমধ্যে হাতীৰ পিঠিত উঠি ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে মোদীয়ে ৷ আনহাতে, জীপ ছাফাৰীও কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Modi takes elephant safari in Assam’s Kaziranga National Park) ৷

উল্লেখ্য যে, নৰেন্দ্ৰ মোদী হ’ল দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী যি শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে । ভাৰতবৰ্ষৰ স্বাধীনতাৰ কেইবছৰমানৰ পাছতে অৰ্থাৎ ১৯৫৭ চনত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল । নেহৰুৱে তেওঁৰ দুহিতা ইন্দিৰা গান্ধীক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত হাতীৰ পিঠিৰ উঠি উদ্যানখন ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক : Dispur police lodges case against Escort driver in youth’s death incident : ছয়মাইলত সংঘটিত পথ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সামজিক মাধ্যমত বিশেষ পোষ্ট