Local, Vocal, Global

WATCH | PM Modi Nagpur Visit : RSSৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক,৩০মাৰ্চ : RSSৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে RSS মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী(PM Modi Nagpur Visit)।

লগতে পঢ়ক : WATCH | Ranjeet Kumar Dass : অৱশেষত ক্ষমা বিচাৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে