Local, Vocal, Global

PM Modi Meets With Victims From Sandeshkhali :পশ্চিমবংগৰ সন্দেশখালীৰ ভোক্তভোগী মহিলাক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক, ৬মাৰ্চ : আজি পশ্চিমবংগৰ সন্দেশখালীৰ ভোক্তভোগী মহিলাক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ(PM Modi meets Sandeshkhali women who alleged sexual assault by Sheikh Shahjahan)।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে মহিলাসকল(PM Modi Meets With Victims From Sandeshkhali)।

TMC নেতা শ্বেইখ ছাহজাহানৰ দ্বাৰা শাৰীৰিক আতিশয্যৰ বলি হৈছিল কেইবাগৰাকী মহিলা।

শ্বেইখ ছাহজাহানৰ বিৰুদ্ধে ভূমি অধিগ্ৰহণৰো অভিযোগ তুলিছিল মহিলাসকলে।

লগতে পঢ়ক : Massive Fire Breaks Out at Nagarbera : বিধ্বংসী অগ্নিকাণ্ড;জুইত ভস্মীভূত ১৮ লক্ষাধিক টকাৰ সামগ্ৰী