WATCH | Pijush Hazarika : অন কেমেৰা জলসম্পদ বিভাগৰ অভিযন্তাক নিলম্বন
মঙলদৈ,১৩মে’ : এজন বৰ্খাস্ত কৰিছোঁ, তোমাক জে’লত ভৰাই থম’। ছিপাঝাৰত নিৰ্মাণৰত দিমিলা নদীৰ মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈ নিৰ্মাণৰ কাম লেহেমীয়া গতিত হোৱাত খঙত অগ্নি শৰ্মা মন্ত্ৰী পীযূষ হাজৰিকা(Pijush Hazarika)।
লগতে পঢ়ক : WATCH | Gaurav Gogoi :পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু কংগ্ৰেছ দল পৰাজয় সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ মন্তব্য