Local, Vocal, Global

WATCH | Pijush Hazarika: বৰপেটাৰ ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা

বৰপেটা,৪এপ্ৰিল : বৰপেটাৰ ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।

সেৱাশ্ৰমত উপস্থিত হৈ সেৱাশ্ৰমৰ কীৰ্ত্তন ঘৰত সেৱা গ্ৰহণ মন্ত্ৰীগৰাকীৰ(Pijush Hazarika)।

লগতে সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ আৰু গুৰুজনাৰ আশীষ গ্ৰহণ মন্ত্ৰী গৰাকীৰ।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ আইৰমাৰী গাঁৱত নিশা চুৰিকাণ্ড