Local, Vocal, Global

WATCH | Pijush Hazarika : ‘এগৰাকী ব্যক্তি একেলগে সংবাদিক, উকিল আৰু ব্যৱসায়ী হব পাৰে নেকি?’

নিউজ ডেস্ক,২৯মাৰ্চ : এগৰাকী ব্যক্তি একেলগে সংবাদিক, উকিল আৰু ব্যৱসায়ী হ’ব পাৰে নেকি?

এই প্ৰশ্নটো গুৱাহাটী প্ৰেছ ক্লাৱক সুধিছোঃ মন্ত্ৰী পীযুষ হাজৰিকা

দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া(Pijush Hazarika)

লগতে পঢ়ক : WATCH | Journalist Dilwar Hussain : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছে