Local, Vocal, Global

WATCH | Pijush Hazarika : তিনিচুকীয়াৰ বাৰেকুৰিত হলৌ বান্দৰ পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিউজ ডেস্ক,২৩মাৰ্চ : তিনিচুকীয়াৰ বাৰেকুৰিত বিখ্যাত হলৌ বান্দৰ পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

তিনিচুকীয়া জিলাৰ বাৰেকুৰিত হলৌ বান্দৰ পৰ্যবেক্ষণ মন্ত্ৰী পীযুষ হাজৰিকাৰ।হলৌ বান্দৰক নিজ হাতেৰে কল খুৱাই আনন্দিত হৈ পৰে মন্ত্ৰীগৰাকী( Pijush Hazarika)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ অনুষ্ঠানত প্ৰশংসিত হলৌ বান্দৰক খাদ্য আৰু সুৰক্ষা প্ৰদান কৰা বাৰেকুৰিৰ প্ৰকৃতিপ্ৰেমী ৰাইজক আন্তৰিক কৃতজ্ঞতা মন্ত্ৰী গৰাকীৰ।

লগতে পঢ়ক : WATCH | Tezpur News : ধৰ্মীয় আৱেগ অনুভূতিত আঘাত !