Local, Vocal, Global

WATCH | Phani Bhusan Choudhury:’নাৰীক কিদৰে সন্মান কৰিব লাগে বদৰুদ্দিন আজমলে নাজানে ‘

নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : ‘বদৰুদ্দিন আজমলক ৰাজহুৱা ভাৱে গৰিহণা দিব লাগে ‘

‘নাৰীক কিদৰে সন্মান কৰিব লাগে বদৰুদ্দিন আজমলে নাজানে ‘

‘বদৰুদ্দিন আজমল অসমীয়া সমাজৰ কাৰণে সম্পদ নহয় ‘

বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নীক লৈ কৰা অশালীন মন্তব্যত প্ৰতিক্ৰীয়া প্ৰকাশ- সাংসদ ফণীভূষণ চৌধুৰীৰ(Phani Bhusan Choudhury)।

লগতে পঢ়ক:WATCH | Badruddin Ajmal : ‘বুঢ়ী মহিলাক বুঢ়ী বুলি নকৈ জীয়ৰী বুলি কম নেকি?’