Local, Vocal, Global

Peru bus crash kills 25 : নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ পৰিল নৈত;নিহত ২৫জন , আহত ১৩জন

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০এপ্ৰিল : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত ২৫জন , আহত ১৩জন(Peru bus crash kills 25) ।

দক্ষিণ আমেৰিকাৰ দেশ উত্তৰ পেৰুত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ পৰিল নৈত।

জানিব পৰা মতে, প্ৰায় ৬৫০ ফুটত তলত বাগৰি পৰে যাত্ৰীবাহী বাছখন।ফলত বাছখনত থকা ২৫ গৰাকী যাত্ৰী থিতাতে নিহত হয় আৰু আহত হয় ১৩গৰাকীকৈ যাত্ৰী । যাত্ৰীবাহী বাছখনত ৫০ গৰাকী যাত্ৰী আছিল(Peru bus crash kills 25, injures 13)।

কাজামাৰ্কা অঞ্চলৰ প্ৰাদেশিক অভিযুক্ত অলগা বোবাডিলাই আৰ পি পিক জনোৱা অনুসৰি, এই ভয়ংকৰ দুৰ্ঘটনাটো দেওবাৰে সন্ধিয়া সংঘটিত হয় । লগতে কয় যে যদিও এই ভয়ংকৰ দুৰ্ঘটনা দেওবাৰে সন্ধিয়াই সংঘটিত হয় কিন্তু ইয়াৰ তথ্য এতিয়াহে লাভ কৰা হয় । কাৰণ এই ভয়ংকৰ দুৰ্ঘটনাটো নিশা সংঘটিত হৈছিল(Bus plunges into ravine, killing 25 in north Peru) ।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি যাত্ৰীবাহী বাছখন চেলেণ্ডিনৰ পৰা আহিছিল।

লগতে পঢ়ক : drugs and peddler arrests in bongaigaon : বঙাইগাঁৱত ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আটক মহিলা সৰবৰাহকাৰী