Local, Vocal, Global

Pema Khandu takes oath as chief minister : তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ

নিউজ ডেস্ক,১৩,জুন : আজি তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে । বৃহস্পতিবাৰে দিনৰ ১১-০০ বজাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে পেমা খাণ্ডুৱে।

আজি পেমা খাণ্ডুৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, কিৰেন ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেমা খাণ্ডুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে(Pema Khandu takes oath as chief minister) ।

উল্লেখ্য যে,বুধবাৰে আবেলি অনুষ্ঠিত হোৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠকত পেমা খাণ্ডুক সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয়। ৪৬ জন বিধায়কে তেঁওক হাত দাঙি সমৰ্থন জনায়(Pema Khandu sworn in as Arunachal Pradesh Chief Minister for third term)।

লগতে পঢ়ক : Pema Khandu’s swearing-in ceremony in Itanagar on June 13 : বৃহস্পতিবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব পেমা খাণ্ডুৱে