Local, Vocal, Global

Patient dies after falling into hospital drain: চিকিৎসালয়ৰ চৌহদৰ উন্মুক্ত নলাত পৰি মৃত্যু ৰোগীৰ

নিউজ ডেস্ক,১৭নৱেম্বৰ : টিংখঙৰ ৰাজগড়ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত অঘটন। চিকিৎসালয়ৰ চৌহদৰ উন্মুক্ত নলাত পৰি অকাল মৃত্যু ৰোগীৰ(atient dies after falling into hospital drain)।

জানিব পৰা মতে, শনিবাৰে মাকৰ সৈতে চিকিৎসাৰ বাবে টিংখঙৰ ৰাজগড়ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আহিছিল ৰোগীজন। বমিৰ ভাব অহাত বাহিৰলৈ ওলাই আহিছিল ৰোগী নিতুল কোঁচ। বমি কৰা অৱস্থাত দ নলাত পৰি মৃত্যু নিতুল কোঁচৰ । ঘটনাটোক কেন্দ্ৰ কৰি টিংখঙত চাঞ্চল্য(Patient dies after falling into hospital drain in Assam)।

লগতে পঢ়ক :Sonapur News : সোণাপুৰৰ এখন বিশেষ দলং