Local, Vocal, Global

পাঠশালা আৱৰ্জনা মুক্ত কৰাৰ বাবে পাঠশালা পৌৰ সভাৰ ব্যতিক্ৰমী প্ৰয়াস

ডিজিটেল ডেস্ক:- পাঠশালা পৌৰ সভাই আজি পাঠশালা ৰ মাজ মজিয়াৰে এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰে।
ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰতৰ অভিযান ৰ অধীনত স্বচ্ছ্যতা যাত্ৰাৰ শূন্যৰ আৱৰ্জনা ৰ কাৰ্যসূচী অংশ হিচাপে লৈ পাঠশালা পৌৰ সভাস্থিত SBM আৰু NULM অধীনৰ গোটৰ মহিলা সকলৰ সহযোগত স্বচ্ছতা মাচল মাৰ্চ সম্পূৰ্ণ কৰে।

উক্ত কাৰ্যসূচী খন শুভাৰম্ভ কৰে পাঠশালা পৌৰ সভাৰ পৌৰপতি জলি চৌধুৰী আৰু পাঠশালা পৌৰ সভাৰ উপ পৌৰপতি ৰাতুল ৰয়ে।

উল্লেখ্যযোগ্য যে পাঠশালা পৌৰ সভাৰ কাৰ্যালয়ৰ পৰা পাঠশালাৰ হৰি মন্দিৰ লৈ উলিয়া এই সমদলত সহস্ৰাধিক SBM আৰু NULM অধীনৰ গোটৰ মহিলা সকলে অংশ গ্ৰহণ কৰে।