Local, Vocal, Global

Parliament Winter session likely to be held from November 25 to December 20 :২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

নিউজ ডেস্ক,৩নৱেম্বৰ : ২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন।

২০ ডিচেম্বৰলৈকে চলিব এই অধিৱেশন।

শীতকালীন অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা(Parliament Winter session likely to be held from November 25 to December 20)।

এই অধিৱেশনতে বিতৰ্ক হ’ব ‘এক দেশ এক নিৰ্বাচন’ক লৈ।

ইতিমধ্য়ে কেবিনেটে অনুমোদন জনাইছে ‘এক দেশ এক নিৰ্বাচন’ ৰ প্ৰস্তাৱত।

শীতকালীন অধিৱেশনত গৃহীত কৰা হ’ব ৱাৰফ সংশোধনী বিধেয়ক।

গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে এই কথা।

২৬নৱেম্বৰত সংবিধানৰ ৭৫সখ্যক বাৰ্ষিকী।

এই উপলক্ষে অনুষ্ঠিত হ’ব সংসদৰ যুটীয়া অধিৱেশন।

লগতে পঢ়ক :Zubeen garg protests tree felling :দীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল জুবিন গাৰ্গ