WATCH | Parbatjhora News : আদানীক মাটি দিয়াক লৈ উত্তপ্ত পৰ্বতঝোৰা
পৰ্বতঝোৰা,১২জুন : আদানীক মাটি দিয়াক লৈ উত্তপ্ত পৰ্বতঝোৰা।
শ শ মহিলা পুৰুষ সকলে ওলাই আহিছে হাতে হাতে ঝাৰু লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজপথলৈ ওলাই আহিল শ শ খিলঞ্জীয়া ভূমিপুত্ৰ(Parbatjhora News)।
আদানীক মাটি হস্তান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
প্ৰতিবাদকাৰী সকলে নিজৰ শৰীৰত পেট্ৰল দালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : WATCH | Sanjoy Kishan : নগাঁও মেডিকেল কলেজ পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষানৰ