WATCH | Panchayat polls : পঞ্চায়ত নির্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা
নিউজ ডেস্ক,৮মাৰ্চ : অন্ত পৰিল সকলো জল্পনা-কল্পনাৰ। পঞ্চায়ত নির্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা।ব’হাগ বিহুতেই হ’ব পঞ্চায়ত নিৰ্বাচন ।
HS পৰীক্ষা শেষ হোৱাৰ পাছতে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন। ২৮ অথবা ২৯ মাৰ্চৰ পাছতে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন(Panchayat polls)।
পঞ্চায়ত নির্বাচনক লৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। মাৰ্চ মাহৰ শেষত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন।
লগতে পঢ়ক : WATCH | International Women’s Day 2025: উত্তৰ গুৱাহাটী মধ্যমখণ্ডত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন