WATCH | Panchayat Election Result : এটা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছ প্ৰাৰ্থী
সোণাৰি,৬মে’ : এটা ভোটৰ ব্যৱধানত জয়ী কংগ্ৰেছ প্ৰাৰ্থী।
‘এটা ভোটৰ মূল্য মই আজিহে অনুভৱ কৰিছো। এটা ভোটে ৰাজনীতি ওলট পালট কৰি দিব পাৰে।’
মাত্ৰ এটা ভোটত সোণাৰি গাওঁ পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছে কংগ্ৰেছ দলৰ সমৰ্থিত যুৱ প্ৰাৰ্থী খুৰচিদ আলমে(Panchayat Election Result)।
এটা ভোটত জয় লাভ কৰি সুখী অনুভৱ কৰিছে যুৱ প্ৰাৰ্থী গৰাকীয়ে।ৰাইজৰ হৈ কাম কৰাৰ প্ৰৱল হেঁপাহ যুৱক জনৰ।
লগতে পঢ়ক : WATCH | Panchayat Election Result : সোণালী পঞ্চায়তত ১০ টা ৱাৰ্ডত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ