WATCH | Panchayat Election Result : পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা নাজিৰাত
গেলেকী,১১মে’ : পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা নাজিৰাত।
নাজিৰাত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ ।
পুৱা ৮ বজাৰে পৰা আৰম্ভ হৈছে এই ভোট গণনা প্ৰক্ৰিয়া(Panchayat Election Result)।
ভোট গণনা প্ৰক্ৰিয়াত এই মূহুৰ্তৰলৈকে হোৱা গণনাত দুখনকৈ পঞ্চায়তত বিজেপিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে।
সমান্তৰালকৈ কংগ্ৰেছৰ ভেটি যথেষ্ট দুৰ্বল দেখিবলৈ পোৱা গৈছে এই মূহুৰ্তৰলৈকে ।
ফুলপানী পঞ্চায়ত কংগ্ৰেছ দখলৰ পৰা মুক্ত হৈছে , লগতে বৰবৰুৱাৰ পঞ্চায়ত বিজেপিৰ দখলত লগতে অগ্ৰগতি লাভ কৰিছে গণনা চলি থকা পঞ্চায়তত ।
নাজিৰা সমষ্টিৰ ২৭ খন পঞ্চায়তৰ ভিতৰত ২৬ খনেই দখল কৰাৰ কথা ক’লে বিজেপিৰ নেতা কৰ্মীয়ে ।
এতিয়া আপেক্ষা মাত্ৰ পৰৱৰ্তী গণনাৰ ফলাফললৈ।
লগতে পঢ়ক : WATCH | Rangia News : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক উপেক্ষা কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই