WATCH | Panchayat Election Result : লাহৰীঘাটৰ কলমৌবাৰী পঞ্চায়তত অসম জাতীয় পৰিষদৰ আঞ্চলিক সদস্যৰ জয়লাভ

মৈৰাবাৰী,১২মে’ : লাহৰীঘাটৰ কলমৌবাৰী পঞ্চায়তত অসম জাতীয় পৰিষদৰ আঞ্চলিক সদস্যৰ জয়লাভ।
কলমৌবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন দখলত অসম জাতীয় পৰিষদৰ(Panchayat Election Result)।
লাহৰীঘাট সমষ্টিৰ কলমৌবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজয়ী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ নাম নজৰুল ইছলাম। ৪৩৬০ টা ভোটত বিজয়ী নজৰুল ইছলাম।
ৰাইজৰ দান-বৰঙণিৰে নিৰ্বাচন খেলি দুৰ্নীতিৰ বিৰোধী যুঁজত অৱতীৰ্ণ হোৱা নজৰুল ইছলামে দুৰ্নীতিকাৰী নেতাক বিদায় দিব বুলি সংবাদ মাধ্যমৰ আগত দিলে হুংকাৰ।
লগতে পঢ়ক : WATCH | Panchayat Election Result : কালাপানী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ ইয়াছমীনৰ বৃহৎ জয়