Local, Vocal, Global

WATCH | Panchayat Election Result : কালাপানী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ ইয়াছমীনৰ বৃহৎ জয়

হাটশিঙিমাৰী,১২মে’ : কালাপানী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ ইয়াছমীনৰ বৃহৎ জয়।

বিধায়ক আমিনুল ইছলামৰ পত্নী মেৰিনা খানক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰে নুৰ ইয়াছমীনে(Panchayat Election Result)।

অভিভাৱক চাজিবুল চাহান মোল্লাৰ সাংবাদিকৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি