Local, Vocal, Global

WATCH | Panchayat Election Result : ১নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ললিতা পেগু দলেৰ জয়লাভ

দেৰগাঁও,১২মে’ : পূৰ্বৰ দেৰগাঁও সমষ্টি বৰ্তমান যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ ১নং সৰুচৰাই পৰ্বতীয়া জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ললিতা পেগু দলেৰ জয়লাভ ।

বৰ্তমান জিলা পৰিষদ গৰাকীৰ সফলতাত আন্দত আত্মহাৰা হৈছে দলীয় কৰ্মকৰ্তা সকল(Panchayat Election Result)।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ ধলাইবিলত শ্ৰীমন্তশঙ্কৰদেৱ সেৱাশ্ৰমৰ মুল তোৰন উন্মোচনী অনুষ্ঠান সম্পন্ন