WATCH | Panchayat Election Result : ১২ নং বৰুৱাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ডেনচন বড়োৰ জয়লাভ

সোণাপুৰ,১২মে’ : ১২ নং বৰুৱাবাৰী গাঁও পঞ্চায়তৰ পৰা প্ৰক্ষেপিত NDA মনোনীত বিজেপিৰ ৩নং ডিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ডেনচন বড়োৰ জয়লাভ।
আনহাতে ৫ নং সোণাপুৰ জিলা পৰিষদৰ NDA মনোনীত অগপ প্ৰাৰ্থী ৰমেন ডেকা জয় লাভ কৰে । উল্লেখ্য যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী হোৱা সকলো প্ৰাৰ্থীকে বিজয় উল্লাস নকৰিবলৈ আহ্বান জনায়(Panchayat Election Result)।
লগতে পঢ়ক : WATCH | Sensational incident : মমতাময়ী মাতৃ যেতিয়া হত্যাকাৰী হয়