Local, Vocal, Global

WATCH | Panchayat Election Result : ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ ৩ নং কুমাৰপাৰ ৱাৰ্ড প্ৰাৰ্থী চম্পক শৰ্মাক জয়

ছিপাঝাৰ,১২মে’ : পঞ্চায়তৰ ভোট গণনাত ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ ৩ নং কুমাৰপাৰ ৱাৰ্ড সদস্য হিচাপে বিপুল ভোটত জয়ী হয় চম্পক শৰ্মা। প্ৰাৰ্থী গৰাকীয়ে তেওঁৰ জয়ৰ বাবে স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী আৰু ৱাৰ্ডটোৰ ভোটাৰ ৰাইজলৈ ধন্যবাদ জনাইছে(Panchayat Election Result)।

লগতে পঢ়ক : WATCH | Panchayat Election Result : মঙলদৈ ভোট গণনা কেন্দ্ৰত অৰাজকতা