WATCH | Panchayat Election Result : ৰঙিয়াত বিজেপিৰ অগ্ৰগতি
ৰঙিয়া,১১মে’ : ১১ মে’, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা হৈছে। যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পক্ৰিয়া(Panchayat Election Result)।
ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্য্যালয়তো ভোট গণনা প্ৰক্ৰিয়া চলি আছে। ৰঙিয়াত বিজেপিৰ অগ্ৰগতি…
ৰঙিয়াৰ সমষ্টিৰ ৪ টা জিলা পৰিষদ ৩ টা জিলা পৰিষদতে বিজেপিৰ অগ্ৰগতি।
পাণ্ডুৰী জিলা পৰিষদতবিজেপি- ২৪৪১কংগ্ৰেছ- ১৭২৬
হৰদত্ত বীৰদত্ত জিলা পৰিষদ বিজেপি- ১৭৮৯কংগ্ৰেছ- ৯০৯
বড়িগোগ জিলা পৰিষদবিজেপি- ৩৫৬৮কংগ্ৰেছ- ১৮১৭
পূৱ পাৰ জিলা পৰিষদবিজেপি- ১৫৫৪কংগ্ৰেছ- ৩০৫৭
লগতে পঢ়ক : WATCH | Panchayat Election Result : বেজপাৰা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ প্ৰাৰ্থীৰ জয়