WATCH | Panchayat Election Result : দেৰগাঁও সমজিলা হোৱাৰে পৰা প্ৰথমবাৰৰ বাবে দেৰগাঁৱত ভোট গণনা প্ৰক্ৰিয়া
দেৰগাঁও,১১মে’ : আজি পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পন্সায়ত নিৰ্বাচনৰ ভোট গণনা দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে ।
দেৰগাঁও সমজিলা হোৱাৰে পৰা প্ৰথমবাৰৰ বাবে দেৰগাঁৱত ভোট গণনা প্ৰক্ৰিয়া।
অধিক উৎকণ্ঠাৰে আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব9Panchayat Election Result)।
প্ৰায় ৪ টা জিলা পৰিষদৰ লগতে কাউন্সিলাৰ আৰু ৱাৰ্ড সদস্য পদৰ বাবে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।
ভোটগণনা কেন্দ্ৰত আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসনে কটকটীয়া নিৰাপওা ব্যস্তনিৰ মাজেৰে এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
লগতে পঢ়ক : WATCH | Dibrugarh News : খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ জয় জয়কাৰ