Local, Vocal, Global

WATCH | Panchayat Election Result : দেৰগাঁও কাকডোঙাৰ কংগ্ৰেছ দলৰ জিলা পৰিষদৰ আঞ্চলিক পদৰ প্ৰাৰ্থী চাজিদা বেগমৰ জয়লাভ

দেৰগাঁও,১১মে’ : ১১ মে’, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা হৈছে। যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পক্ৰিয়া(Panchayat Election Result)।

চলি আছে ভোটগ্ৰহণ পক্ৰিয়া। দেৰগাঁও বিধান সভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়লাভ।

দেৰগাঁও বিধান সভা সমষ্টি অধীনত কাকডোঙা জিলা পৰিষদৰ উত্তৰ গুৰযোগনীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্যা চাজিদা বেগমে কংগ্ৰেছ দলৰ পৰা ৫০২ টা ভোটত জয়ী হয়।

লগতে পঢ়ক : WATCH | Panchayat Election Result : দেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী সজল চক্ৰৱৰ্তীৰ জয়লাভ