WATCH | Panchayat Election Result : দেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী সজল চক্ৰৱৰ্তীৰ জয়লাভ
দেৰগাঁও,১১মে’ : ১১ মে’, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা হৈছে। যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পক্ৰিয়া(Panchayat Election Result)।
চলি আছে ভোটগ্ৰহণ পক্ৰিয়া। দেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী অগপ দলৰ সজল চক্ৰৱৰ্তী ৫৩৬ টা ভোটত জয়লাভ কৰে।
লগতে পঢ়ক : WATCH | Kamakhya Prasad Tasa: যোৰহাটত বিজেপি অগপ অগ্ৰগতি