WATCH | Panchayat Election Result : চাপৰৰ ১ নং বহলপুৰ গাঁও পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক সদস্য বাবু হিতু ৰায়ৰ বৃহৎ জয়
চাপৰ,১১মে’ : আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। চাপৰত পুৱাৰে পৰা চলি আছে ভোটগণনা।
চাপৰৰ ১ নং বহলপুৰ গাঁও পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক সদস্য বাবু হিতু ৰায়ৰ বৃহৎ জয়(Panchayat Election Result)।
কংগ্ৰেছ প্ৰাৰ্থী সুনীল কুমাৰ ৰায়ক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয় হয় বিজেপি প্ৰাৰ্থী বাবু হিতু ৰায়।
লগতে পঢ়ক : WATCH | Darrang News : দৰং জিলাটো পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন