Local, Vocal, Global

WATCH | Panchayat Election : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযান

কলিয়াবৰ,২৪এপ্ৰিল : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযান। ৰাইজৰ মাজত উবুৰি খাই পৰিছে শাসক-বিৰোধী। এতিয়া ঠায়ে-ঠায়ে প্ৰতিটো দলৰ প্ৰাৰ্থীসকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।

৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লখনাবন্ধা গাওঁ পঞ্চয়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী শ্ৰী কৃতি বাস মণ্ডলৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰগতিৰ পথত আগুৱাই নিয়াৰ আশ্বাস দিয়ে । সততা আৰু নিষ্ঠা সহকাৰে কাম কৰিম বুলি আশা দিয়ে(Panchayat Election)।

লগতে পঢ়ক : WATCH | Chapar News : অবৈধ তীৰ খেলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান