Local, Vocal, Global

WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ যুঁজ তুংগত

ডিব্ৰুগড়,২৩এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ যুঁজ তুংগত।

দলীয় প্ৰতীক চিহ্ন অবিহনেই নিৰ্বাচন খেলিবলৈ সাজু পঞ্চায়ত ৱাৰ্ড প্ৰাৰ্থী(Panchayat Election)।

দলীয় প্ৰতীক চিহ্ন নোহোৱাকৈ নিৰ্বাচন খেলি বিপদত পৰিব নেকি বিজেপি?

বিজেপিৰ সমৰ্থিত ৱাৰ্ড সদস্যই কি প্ৰতিশ্ৰুতি লৈ কাষ চাপিব ৰাইজৰ?

সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি বিজেপি?

অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে প্ৰভাৱ পেলাব নেকি বিজেপি প্ৰাৰ্থীসকলক?

পঞ্চায়ত নিৰ্বাচনত বিজেপি সমৰ্থিত ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীসকলে কেনেদৰে প্ৰচাৰ চলাইছে?

বকুল গাঁও পঞ্চায়তৰ ৮১ নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী লাটু বৰুৱাই।

লগতে পঢ়ক : WATCH | Sipajar News : পকীপথত নহয় যেন পুখুৰী হে!