WATCH | Panchayat Election: লামডিঙত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল পঞ্চায়তৰ ভোটগ্ৰহণ
লামডিং,৭মে’ : আজি ৰাইজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
পুৱাৰে পৰা ভোটাৰ ৰাইজে শান্তিপূৰ্ণভাৱে তথা শৃংখলাবদ্ধভাৱে লামডিঙত তিনিটা পঞ্চায়তৰ ভোটগ্ৰহণ সমাপ্তি হয়(Panchayat Election)৷ লামডিং সমষ্টিৰত আজিৰ এই ভোট গ্ৰহনত লামডিং জিলা পৰিষদৰ, পূৱ লামডিং পঞ্চায়তৰ আঞ্চলিক পৰিষদৰ সদস্য তথা তিনিওটা পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ সদস্যৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়।
লগতে পঢ়ক :WATCH | Sonapur News : সোণাপুৰৰ চামতাৰ ফং আৰিত অনুষ্ঠিত হ’ব আমৰি কাৰ্বি যুৱ মহোৎসৱ ২০২৫