WATCH | Panchayat Election : ৰঙিয়াৰ বিভিন্ন ভোটকেন্দ্ৰত ভোটাৰৰ লানি নিচিগা ভিৰ
ৰঙিয়া,৭মে’ : পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি (বুধবাৰ) ৰাজ্যৰ ১৩ খন জিলাত পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হয় ভোটগ্ৰহণ(Panchayat Election)।
দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ৯১.৩১ লাখ । আনহাতে, ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২,১৩০ টা । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীয়ে ।
ৰঙিয়াৰ বিভিন্ন ভোটকেন্দ্ৰত ভোটাৰৰ লানি নিচিগা ভিৰ।
লগতে পঢ়ক : WATCH | Jamugurihat News : চতিয়াৰ বালিজুৰিত মুকলি বিহু প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন