Local, Vocal, Global

WATCH | Panchayat Election : বকোৰ ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ

বকো,৭মে’ : ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

এই দৃশ্য বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ ২ নং দিলিঙ্গাৰ এটি ভোটগ্ৰহণ কেন্দ্ৰৰ(Panchayat Election)।

পুৱাৰে পৰা কেন্দ্ৰটিত ভোটাৰ ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে ভিৰ কৰি আহিছে।

লগতে পঢ়ক : WATCH | Hatsingmari News : খাৰুৱাবান্ধাৰ ৫ নং ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা