Local, Vocal, Global

WATCH | Panchayat Election : বৰপেটাৰ ১নং চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাৰী পাতি ভোটাধিকাৰে সাব্যস্ত কৰিছে ভোট

বৰপেটা,৭মে’ : আজি ৰাইজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ।

ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ।

ভোটকেন্দ্ৰ সমূহত দেখা গৈছে দীঘলীয়া শাৰী(Panchayat Election)।

বৰপেটা চেঙাস্থিত ১নং চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাৰী পাতি ভোটাধিকাৰে সাব্যস্ত কৰিছে ভোট।

লগতে পঢ়ক : WATCH | Panchayat Election : ডিমৰীয়া সম জিলাৰ চাৰিখন জিলা পৰিষদৰ শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ